Skip to main content

Welcome

What is Zugzwang in Chess

Blog

এই বিশেষ পজিশ্যনটোৰ বিষয়ে জানো আঁহা

Lets learn about the special position in Chess

In chess, it is a situation where a player is put at a disadvantage because it is their turn to move; any legal move they make will worsen their position or lose the game, whereas passing their turn safely would do no harm..  In the below game, its black's move. Now he must have to leave the control of d8 square and hence the control of d8 square will be handed over to white. Now white will promote the pawn and will win the game . দবাত যুগযু‌ৱাং হৈছে  এনে এক পৰিস্থিতি য’ত এজন খেলুৱৈক অসুবিধাত পেলোৱা হয় , কাৰণ তেওঁৰ  মুভ দিয়াৰ  পালত ; তেওঁ লোৱা যিকোনো  মুভে তেওঁৰ অৱস্থা বেয়া কৰিব বা খেলখন হাৰিব । আনহাতে এইক্ষেত্ৰত  তেওঁৰ পাল নোহো‌ৱা হ'লে  কিন্তু তেওঁৰ কোনো ক্ষতি নহ'লহেঁতেন । তলৰ  খেলখনলৈ মন কৰা , ইয়াত  ক'লাৰ মুভ দিয়াৰ পাল বাবে ক'লা অসুবিধাত পৰিছে কিয়নো তেওঁ এতিয়া য'তেই নিদিয়ক কিয়,  d8 ঘৰটো নিজৰ অধীনত ৰাখিব নো‌ৱাৰিব আৰু তেতিয়াই বগাই সেই ঘৰটো নিজৰ অধীনত ৰাখি প'ন প্ৰমোশ্যন কৰি   খেলখন জিকি যাব। 

Lets checkout another position . Here black is in Zugzwang and is forced to play cxR which enables white to deliver a beutiful checkmate by pawn push . এই পজিশ্যনটো চো‌ৱা । ইয়াত ক'লাই যুগযু‌ৱাঙত থকা বাবে প‌নে ৰুকখন খাবলৈ বাধ্য হৈ পৰিল । তাৰ ফলস্বৰূপে বগাই এটা সুন্দৰ চ্চেকমেট দি পাৰিলে ।