শিকিব লগীয়া বিষয়সমূহ হৈছে -
১) দৱা খেলৰ প্ৰাৰম্ভিক নীতি-নিয়ম
২) বিশেষ নীতি-নিয়ম যেনে কেষ্টলিং , এন-পাছেন্ত , প'ন প্ৰমোছন আদি
৩) খেলৰ Piece-সমূহৰ মূল্যাংক
৪) কোৰ্ডিনেট আৰু নোটেশ্যন বা মুভ লিখা পদ্ধতি তথা FEN PGN আৰু চফ্টৱেৰ, ৰেংক আৰু ফাইল
৫) ঘড়ীৰ ব্যৱহাৰ আৰু সময় বিশেষে খেলৰ ধৰণসমূহ
৬) এখন খেলৰ স্তৰসমূহ
৭) অনলাইন খেল খেলা মাধ্যমসমূহ আৰু ফিডে ৰেটিং তথা ফিডে পদবীসমূহৰ সম্বন্ধে
৮) পিন কি - কেনেকৈ কৰিব পাৰি আৰু কেনেকৈ বাচিব পাৰি
৯) চ্চেক- চ্চেকমেট- ষ্টলমেট
১০) বিভিন্ন অপেনিঙৰ চমু আভাষ
১১) কি কি প্ৰকাৰে ড্ৰ কৰিব পাৰি
১২) ৩৭ টা ভিন ভিন চ্চেকমেটৰ পেটাৰ্ণ
১৩) অপেনিঙৰ নিয়মসমূহ
১৪) মধ্য-গেমৰ প্লানিং কি ১৫) স্কিউৱাৰ কি কেনেকৈ কৰিব পাৰি আৰু কেনেকৈ বাচি পাৰি
১৬) ফৰ্ক কি কেনেকৈ কৰিব পাৰি আৰু কেনেকৈ বাচিব পাৰি । আদি ..